27 April || ২৭ এপ্ৰিল ইতিহাসত আজিৰ দিনটো

২৭ এপ্ৰিল, ইতিহাসত আজিৰ দিনটো

১৫২৬ চনৰ আজিৰ দিনটোতে বাবৰ দিল্লীৰ সিংহাসনত অধিস্থিত হয় |

১৬০৬ চনৰ আজিৰ দিনটোতে জাহাংগীৰে আমিৰ খুছৰোক বন্দী কৰে |

১৯০৬ চনৰ আজিৰ দিনটোতে ৰাছিয়ান সংসদ ডুমাৰ প্ৰথম অধিবেশন অনুষ্ঠিত হৈছিল |

১৯১২ চনৰ আজিৰ দিনটোতে অভিনেত্রী আৰু নৃত্য পৰিচালিকা জোহৰা চেহগলৰ জন্ম হৈছিল |

১৯৪৫ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীৰ বিপক্ষে ৰাছিয়া আৰু আমেৰিকাই "এলবা" নদীৰ পাৰত একত্রিত হৈ যুদ্ধত অংশ লয় |

১৯৪৫ চনৰ আজিৰ দিনটোতে ইটালীৰ একনায়কত্ববাদী শাসক বেনিট মুছলিনিক বন্দী কৰা হয় |

১৯৬০ চনৰ আজিৰ দিনটোতে হিন্দী ভাষাৰ সাৰ্বজনীন ব্যৱহাৰৰ ওপৰত ৰাষ্ট্ৰপতিয়ে নিৰ্দেশনা জাৰি কৰে |

১৯৮১ চনৰ আজিৰ দিনটোতে Xerox PARC এ Computer Mouse ৰ প্ৰচলন আৰম্ভ কৰে |

১৯৯২ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ House Commons ৰ ৭০০ বছৰীয়া ইতিহাসত Betty Boothroyd প্ৰথম গৰাকী মহিলা অধ্যক্ষা হৈ ইতিহাস গঢ়ে |

১৯৯২ চনৰ আজিৰ দিনটোতে Federal Republic of Yugoslavakia গঠন হয় |

১৯৯২ চনৰ আজিৰ দিনটোতে ৰাছিয়া সহ ছোভিয়েট ইউনিয়নৰ ১২ খন দেশ "আন্তৰাষ্ট্ৰীয় মুদ্ৰানিধি" আৰু বিশ্ববেংকৰ সদস্য হয় |

১৯৯৩ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মহিলা কোষ গঠন কৰা হয় |

১৯৯৪ চনৰ আজিৰ দিনটোতে নেলচন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হয় |

১৯৯৪ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাই সংবিধান গ্ৰহণ কৰে |

২০১০ চনৰ আজিৰ দিনটোতে "আধাৰ কাৰ্ড" অস্তিত্বলৈ আহে |

২০০৯ চনৰ আজিৰ দিনটোতে অভিনেতা পৰিচালক প্ৰযোজক ফিৰোজ খানৰ মৃত্যু হয় |

২০১৭ চনৰ আজিৰ দিনটোতে শিক্ষাবিদ, লেখক, অৰ্থনীতিবিদ। তাৰ্কিক, তৰ্ক প্ৰতিযোগিতাৰ বিচাৰক আৰু অসমত কুইজৰ জনক দিলীপ কুমাৰ বৰুৱাৰ মৃত্যু হৈছিল |

Post a Comment

0 Comments