26 April || ২৬ এপ্ৰিল ইতিহাসত আজিৰ দিনটো

২৬ এপ্ৰিল
ইতিহাসত আজিৰ দিনটো


আজি বিশ্ব মেধা দিৱস

আজি জনজাগৰণ দিৱস

আজি World intellectual property Day

১৬৫৪ চনৰ আজিৰ দিনটোতে ইহুদী সকলক ব্ৰাজিলৰ পৰা নিৰ্বাসন দিয়া হয় |

১৮২৮ চনৰ আজিৰ দিনটোতে গ্ৰীচৰ স্বাধীনতাৰ সমৰ্থনত তুৰ্কীৰ বিপক্ষে ৰাছিয়াৰ যুদ্ধ ঘোষণা |

১৯২০ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজন আয়েংগাৰৰ মৃত্যু হয় |

১৯৫৪ চনৰ আজিৰ দিনটোতে পলিঅ' ভেকচিনৰ পৰীক্ষণ আৰম্ভ কৰা হয় |

১৯৬১ চনৰ আজিৰ দিনটোতে জন্মু কাশ্মীৰৰ শেষ ৰজা হৰি সিঙৰ মৃত্যু হয় |

১৯৬২ চনৰ আজিৰ দিনটোতে প্ৰথম বাৰৰ বাবে আমেৰিকাৰ এখন মহাকাশ যান Ranger 4 চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে |

১৯৬৪ চনৰ আজিৰ দিনটোতে আফ্ৰিকান দেশ জিঞ্জিবাৰ আৰু টাংগানাইবা একত্রিত হৈ টাঞ্জানিয়া গঠন কৰে |

১৯৭৪ চনৰ আজিৰ দিনটোতে মাল্টাই দেশত সংবিধান প্ৰণয়ন কৰা হয় |

১৯৭৫ চনৰ আজিৰ দিনটোতে চিকিম ভাৰতৰ ২২ তম অংগৰাজ্য হিচাপে অন্তৰ্ভুক্ত হৈছিল |

১৯৮৬ চনৰ আজিৰ দিনটোতে ছোভিয়েট দেশৰ চেৰ্ণোবিলৰ পাৰমাণৱিক প্ৰকল্পত বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ফলত বিশ্বৰ আটাইতকৈ ডাঙৰ পাৰমাণৱিক দুৰ্ঘটনা সংঘটিত হয় |

১৯৮৭ চনৰ আজিৰ দিনটোতে বলিউডত "শংকৰ-জয়কিষান" হিচাপে পৰিচিত অন্যতম যুটিৰ এজন সংগীতকাৰ শংকৰ সিং ৰঘুবংসীৰ মৃত্যু হয় | আনজন জয়কিষান দয়াভাই পাঞ্চাল |


১৯৯৪ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাত সকলো শ্ৰেণীৰ ভোটাৰৰ অংশগ্ৰহণেৰে প্ৰথমটো মুক্ত নিৰ্বাচন অনুষ্ঠিত হয় |

২০০৫ চনৰ আজিৰ দিনটোতে লেবাননৰ পৰা চিৰিয়াই ২৯ বছৰৰ মূৰত সেনা প্ৰত্যাহাৰ কৰে |

২০০৬ চনৰ আজিৰ দিনটোতে নেপালৰ ৰাজতন্ত্ৰ অৱসানৰ ঘোষণা |

Post a Comment

0 Comments