২৫ এপ্ৰিল ইতিহাসত আজিৰ দিনটো

২৫ এপ্ৰিল
ইতিহাসত আজিৰ দিনটো


ৰূপম দাস Whatsapp 9613054687

আজি বিশ্ব মেলেৰীয়া দিৱস
২০০৭ চনত প্ৰথম উদযাপন |

১৯৭০ চনৰ আজিৰ দিনটোতে অসমৰ যশস্বী অভিনেতা যতীন বৰাৰ নগাঁৱত জন্ম হৈছিল |

১৮৭৪ চনৰ আজিৰ দিনটোতে ৰেডিঅ আৱিস্কাৰক মাৰ্কনীৰ (Guglielmo Marconi) ইটালীত জন্ম হৈছিল |


১৭৪৪ চনৰ আজিৰ দিনটোতে উষ্ণতাৰ স্কেল ছেন্টিগ্ৰেড থাৰ্মোমিটাৰৰ উদ্ভাৱক এণ্ডাৰচ্ চেলচিয়াচৰ মৃত্যু |

১৯৮২ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ চৰকাৰী দূৰদৰ্শন সেৱাই ৰাষ্ট্ৰীয় ৰঙীণ কাৰ্যসূচীৰ সম্প্ৰচাৰ আৰম্ভ কৰিছিল |

২০১৩ চনৰ আজিৰ দিনটোতে অসমত ৰাজ্যিক মহিলা উন্নয়ন পৰিষদ গঠনৰ কেবিনেট সিদ্ধান্ত গ্ৰহণ |

১৯৮৩ চনৰ আজিৰ দিনটোতে NASA ৰ Pioneer -10 এ প্লুটোৰ কক্ষপথত অৱতাৰণ কৰে |

১৯৮৩ চনৰ আজিৰ দিনটোতে জাৰ্মান আলোচনী "ষ্টাৰ্ণ" এ হিটলাৰৰ বিতৰ্কিত ডায়েৰীৰ প্ৰথম খণ্ড (Hitler Dairies) প্ৰকাশ কৰে |

১৮৯৮ চনৰ আজিৰ দিনটোতে ১৯৭৭ চনত সাহিত্যৰ নোবেল জয়ী স্পেনিছ কবি Vicente Aleixandre ৰ জন্ম |

১৯০০ চনৰ আজিৰ দিনটোতে ১৯৪৫ চনত পদাৰ্থ বিজ্ঞানৰ নোবেল জয়ী অষ্ট্ৰিয় পদাৰ্থবিদ Wolfgang Pauli ৰ জন্ম |

১৯৫৩ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ বিজ্ঞানীয়ে DNA ৰ আণৱিক গঠন ব্যাখ্যা কৰে |

১৯৫৪ চনত প্ৰথমটো সৌৰশক্তি চালিত বেটেৰী পৰীক্ষা কৰা হয় |

১৮৫৯ চনৰ আজিৰ দিনটোতে ইংলেণ্ড আৰু ফ্ৰান্সৰ অভিযন্তাৰ দ্বাৰা চুৱেজ খাল খননৰ কাম আৰম্ভ |

১৮৬৭ চনৰ আজিৰ দিনটোতে বিদেশী ৰাষ্ট্ৰৰ বাবে টকিঅ'ৰ বজাৰ মুকলি কৰি দিয়া হয় |

২০১৫ চনৰ আজিৰ দিনটোতে ৭: ৮ মাপৰ নেপালত ভয়ংকৰ ভূমিকম্প | বিস্তৰ ক্ষতিসাধন |

১৯৬৮ চনৰ আজিৰ দিনটোতে হিন্দুস্থানী শাস্ত্ৰীয় সংগীতজ্ঞ বড়ে গোলাম আলি খানৰ মৃত্যু |

১৯৬৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় ফুটবল খেলুৱৈ I. M. Vijayan ৰ জন্ম |

২০১০ চনৰ আজিৰ দিনটোতে ভাৰতীয় নৌসেনাত চেতক হেলিকপ্টাৰৰ ঠাইত Light Utility Helicopter অন্তৰ্ভুক্ত কৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয় |

Post a Comment

0 Comments