১১ এপ্ৰিল ইতিহাসত আজিৰ দিনটো

১১ এপ্ৰিল
ইতিহাসত আজিৰ দিনটো

ৰূপম দাস
9613054687

আজি বিশ্ব পাৰকিনচন দিৱস
World Parkinson day
পাৰ্কিনচন ৰোগ হ'ল মগজুৰ প্ৰেৰক পদ্ধতিৰ বিসংগতি |

১৮৫৯ চনত ফ্ৰান্সৰ পদাৰ্থ বিজ্ঞানী ফাৰ্ডিনান্ড কাৰে "কৃত্ৰিম ভাৱে ঠাণ্ডা উৎপাদন কৰা যন্ত্ৰ" আৱিস্কাৰ কৰে |

১৯২১ চনত প্ৰথম ৰেডিঅ যোগে খেলৰ সম্প্ৰচাৰ কৰা হৈছিল |

১৯৩১ চনত প্ৰথম বাংলা সবাক ছবি "জামাই ষষ্ঠী" মুক্তি |

১৯৭০ চনত APOLLO -13 উৎক্ষেপণ |

২০০৭ চনত মহাকাশচাৰী সুনিতা উইলিয়ামচে মহাকাশত চলোৱা এক গৱেষণাৰ জড়িয়তে মাহাকাশত ক্ষুদ্ৰ জীৱানুৰ উপস্থিতি আৱিস্কাৰ কৰে |

1964 চনৰ আজিৰ দিনটোতে ভাৰতীয় কমিউনিষ্ট পাৰ্টী দ্বিখণ্ডিত কৰাৰ উদ্দেশ্যে বৈঠক অনুষ্ঠিত হৈছিল | মাৰ্ক্সবাদীৰ সৃষ্টি |

Post a Comment

0 Comments